ক্ৰঃ নং | স্থানৰ নাম | জিলা তালিকা |
---|
১ | হামৰেনৰ ননজিৰং ১ত মেঘালিঠ | কাৰ্বি আংলং |
২ | হামৰেনৰ ননজিৰং ২ত মেঘালিঠ | কাৰ্বি আংলং |
৩ | হামৰেনৰ ননজিৰং ৩ত মেঘালিঠ | কাৰ্বি আংলং |
৪ | হামৰেনৰ ননজিৰং হোগে দলমেন | কাৰ্বি আংলং |
৫ | তাপাতত মেঘালিঠিক | কাৰ্বি আংলং |
৬ | টিকাৰ ৰঙালিত মেঘালিঠিক স্থান | কাৰ্বি আংলং |
৭ | বিছিক্ৰিত বিছিক্ৰি টেংক | কাৰ্বি আংলং |
৮ | ৰাজা পুখুৰী | গোলাঘাট |
৯ | ৰাজা পুখুৰী নাওজান | গোলাঘাট |
১০ | কালিঅনি বাঙলুং স্তুপ | গোলাঘাট |
১১ | চেৰিঙ্গিয়া মৈদাম | গোলাঘাট |
১২ | প্ৰতিমা গ্ৰাহ, চাপাখোৱা, শদিয়া | তিনিটুকীয়া |
১৩ | জুৰিয়া মৈদাম, চাপাখোৱা, শদিয়া | তিনিটুকীয়া |
১৪ | বৰপুখুৰী, চাপাখোৱা, শদিয়া | তিনিটুকীয়া |
১৫ | তিনিকোণীয়া পুখুৰী | তিনিটুকীয়া |
১৬ | বেংগমাৰা পুখুৰী | তিনিচুকীয়া |
১৭ | গধা বৰুৱা গ্ৰহ | তিনিচুকীয়া |
১৮ | চেলুকীয়া পুখুৰী | তিনিচুকীয়া |
১৯ | লেমতেম পুখুৰী | তিনিচুকীয়া |
২০ | বাটৰ পুখুৰী | তিনিচুকীয়া |
২১ | ন- পুখুৰী | তিনিচুকীয়া |
২২ | ৰুপহী পুখুৰী | তিনিচুকীয়া |
২৩ | দলৈ সোণাৰী পুখুৰী | শিৱসাগৰ |
২৪ | লিগিৰী পুখুৰী | শিৱসাগৰ |
২৫ | পেহী পুখুৰী | শিৱসাগৰ |
২৬ | গজপুৰী পুখুৰী | শিৱসাগৰ |
২৭ | নিতাই পুখুৰী | শিৱসাগৰ |
২৮ | লুংমাইলাই শিলাখণ্ড | ডিমা হাচাও |
২৯ | কবাক মেঘালীঠিক স্থান | ডিমা হাচাও |
৩০ | বলাচান(নুচুবুঙলুঙ) শিলাখণ্ড | ডিমা হাচাও |
৩১ | ডুবুঙলিং(দেৰেবৰি) শিলাখণ্ড | ডিমা হাচাও |