মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ

যাদুঘৰ

    • ধুবুৰী জিলা সংগ্ৰহালয়ঃ
      সংস্থাপনৰ তাৰিখঃ-৬ জুলাই
      মাটি-কালি-১ কঠা ১০ লেচা
      ঘৰৰ বিৱৰণঃ- জিলা পুথিভড়ালৰ পৰা সংগ্ৰহালয় টোৱে কাম চলাই আছে। সংগ্ৰহঃ প্ৰায় ৮৫০ টা সম্পদ
      স্থানঃ-১ ম মহলা, জিলা পুথিভড়াল চৌহদ, ধুবুৰী
    • নিলীমা বৰুৱা লোক-শিল্প সংগ্ৰাহালয়, গৌৰীপুৰ (ধুবুৰী সংগ্ৰহালয়ৰ এটা খণ্ড) স্থাপনৰ বছৰঃ-
      মাটি-কালিঃ-২ কঠা ১২ লেচা
      ঘৰৰ বিৱৰণঃ-আৰ.চি.চ. ঘৰ নাই
      সংগ্ৰহঃ-৭০০ সম্পদ
      স্থানঃ-বিষ্ণু ৰাভা পথ, গৌৰীপুৰ,ধুবুৰী
    • বৰপেটা জিলা সংগ্ৰহালয়, বৰপেটা
      স্থাপনৰ বছৰঃ-১৯৮৭
      মাটি-কালিঃ-৫ বিঘা
      ঘৰৰ বিৱৰণঃ- ভাড়া ঘৰৰ পৰা কাম চলি আছে।
      সংগ্ৰহ- প্ৰায় ৬০০ সম্পদ
      স্থানঃ- ৱাৰ্ড নং-১, বিলৰ টাৰী হাটি, বৰপেটা-৭৮১৩০১
    • জিলা সংগ্ৰাহালয়, মঙলদৈ
      স্থাপনৰ বছৰঃ-১৯৮৭
      মাটি-কালিঃ-১ বিঘা ৪ কঠা ১০ লেচা
      ঘৰৰ বিৱৰণঃ- আৰ.চি.চি ঘৰ
      সংগ্ৰহ- প্ৰায় ৫০০ সম্পদ
      স্থানঃ-
    • জিলা সংগ্ৰহালয় , তেজপুৰ
      স্থাপনৰ বছৰঃ-১৯৮৬
      মাটি-কালিঃ-
      ঘৰৰ বিৱৰণঃ-অসম টাইপ বাংলো
      সংগ্ৰহ- ৮০০ তকৈ ও বেছি সম্পদ
      স্থানঃ-উপায়ুক্ত কাৰ্য্যালয়ৰ বিপৰীতে , তেজপুৰ
    • জিলা সংগ্ৰহালয়, নগাওঁ
      স্থাপনৰ বছৰঃ-১৯৯৬
      মাটি-কালিঃ-৩ কঠা ৬ লেচা
      ঘৰৰ বিৱৰণঃ- নিৰ্মিয়মান দুতলাৰ আৰ. চি.চি. দালান
      সংগ্ৰহ- ৫০ তকৈ ও বেছি কাঠৰ ভাস্কৰ্য্য
      স্থানঃ-
    • গোপীনাথ বৰদলৈ স্মৃতি সংগ্ৰহালয়,ৰহা, নগাও
      স্থাপনৰ বছৰঃ-
      মাটি-কালিঃ-নাই
      ঘৰৰ বিৱৰণঃ- অসম টাইপ ঘৰ(নিজা)
      সংগ্ৰহ- ৩৫ তকৈও বেছি সম্পদ
      স্থানঃ-
    • জিলা সংগ্ৰহালয়, যোৰহাট
      স্থাপনৰ বছৰঃ-১৯৯৬
      মাটি-কালিঃ- ২ কঠা ৫ লেচা
      ঘৰৰ বিৱৰণঃ- দুমহলাৰ আৰ.চি.চি দালান
      সংগ্ৰহ- ৮৫০ তকৈও বেছি সম্পদ
      স্থানঃ-জলসিঞ্চন কাৰ্য্যালয়ৰ বিপৰীতে,শিক্ষা ভৱন চৌহদ, যোৰহাট
    • ডিব্ৰুগড় জিলা সংগ্ৰহালয়, ডিব্ৰুগড়
      স্থাপনৰ বছৰঃ-১৯৯৬
      মাটি-কালিঃ- ৩ কঠা ৫ লেচা
      ঘৰৰ বিৱৰণঃ- নিৰ্মিয়মান আৰ.চি.চি দালান
      সংগ্ৰহ- ৩০০ তকৈও বেছি সম্পদ
      স্থানঃ-মিলন নগৰ চি.আৰ.বিল্ডিং,মানকটা ৰোড, ডিব্ৰুগড়-৩

    নিম্নোক্ত সংগ্ৰহালয় সমূহ স্বায়ত্ব শ্বাসিত জিলা পৰিষদে পৰিচালনা কৰেঃ-

    • জিলা সংগ্ৰহালয়, ডিফু,
    • হামৰেণ উপ-সংমণ্ডল সংগ্ৰহালয়,
    • জিলা সংগ্ৰহালয়, ডিফু,
    • জিলা সংগ্ৰহালয়, ডিফু,