মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ

চলচ্চিত্ৰ প্ৰযোজনা আৰু সহ- সম্পাদনা

  • নিষিদ্ধ নদী

    প্ৰযোজনাঃ- অসম ৰাজ্যিক বিত্ত আৰু উন্নয়ন)নিগম পৰিসীমিত

    নিৰ্দেশনাঃ-বিদ্যুৎ চক্ৰৱৰ্ত্তী

    কেমেৰাঃ-মৃণাল কান্তি দাস

    সঙ্গীতঃ- শ্বেৰ চৌধুৰী

    সম্পাদনাঃ-এ.শ্ৰীধৰ প্ৰসাদ লেবোৰেটৰী, অভিনয়ঃ- তষা শইকীয়া, বীনা বাৰুৱতী, ধৃতিমান ফুকন, দেৱাশীষ গোস্বামী, জয়ন্ত ৰাজগুৰু, ইনু বৰুৱা ,মধুস্মিতা শইকীয়া, কুমাৰ দীপক দাস, আশীষ শইকীয়া

    মুক্তিঃ- ১৮ ফেব্ৰুৱাৰী,২০০০

    পুৰস্কাৰঃ-ৰাজ্যিক চলচিত্ৰ পুৰস্কাৰ,২০০৫ ত অসমীয়া তথ্যচিত্ৰ ‘নিষিদ্ধ নদী’য়ে শ্ৰেষ্ঠ চলচিত্ৰৰ পুৰস্কাৰ লাভ কৰে ।

    বান্ধোন

    নিৰ্দেশনাঃ- জাহ্নু বৰুৱা,

    প্ৰযোজনাঃ- অসম ৰাজ্যিক বিত্ত আৰু উন্নয়ন)নিগম পৰিসীমিত,

    কাহিনী আৰু চিত্ৰ নাট্যঃ - জাহ্নু বৰুৱা

    ফটোগ্ৰাফীঃ- সুমন দুৱৰা

    শব্দ পৰিকল্পনাঃ - যতীন শৰ্মা

    সম্পাদনাঃ-চেৰাম টোডিৱালা

    সঙ্গীতঃ-ধ্ৰুৱজ্যোতি ফুকন

    অভিনয়ঃ-বিষ্ণু খাৰঘৰীয়া , যতীন বৰা , বীনা পটঙ্গীয়া , জেৰিফা ওৱাহিদ , অবস্তোশ ভূঞা , অংশুমান ভূঞা। কাৰিকৰী বিৱৰণঃ-৩৫ মিঃমি (১:১.৮৫) , ৯৬ মিনিট

    মূলভাষাঃ-অসমীয়া

    সৃষ্ট দেশঃ- ভাৰত

    অনুবাদঃ- ইংৰাজী

    এতিয়ালৈ পোৱা পুৰস্কাৰ সমূহঃ -

    ৰাষ্ট্ৰ্ৰীয় পুৰস্কাৰ (শ্ৰেষ্ঠ আঞ্চলিক চলচিত্ৰ)

    শ্ৰেষ্ঠ বোলছবি, বাঙ্গালোৰ আন্তঃৰাষ্ট্ৰ্ৰীয় বোলছবি মহোৎসৱ

    ইণ্ডিয়ান পেনোৰমা, ২০১২

    ‘বান্ধোন’ চলচিত্ৰখন ২০১২ চনৰ ২৬ অক্টোবৰত মুক্তি লাভ কৰে।

    ২০১২ চনৰ ২০ ৰ পৰা বা ডিচেম্বৰলৈ অনুস্থিত হোৱা ৫ম বাঙ্গালোৰ আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত ভাৰতীয় চলচিত্ৰ শাখাত অসমীয়া তথ্যচিত্ৰ ‘বান্ধোন’ খনে ভাৰতৰ শ্ৰেষ্ঠ চলচিত্ৰ বুলি পুৰস্কাৰ লাভ কৰে। ‘বান্ধোন’ চলচিত্ৰখনৰ নিৰ্দেশনা খ্যাতিসম্পন্ন চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱা আুৰ প্ৰযোজনা অসম ৰাজ্যিক চলচিত্ৰ(ফাইনেন্স এণ্ড ডেভেলপমেন্ট) কৰ্পোৰেচন লিঃ| ‘ বান্ধোন ’ চলচিত্ৰখনে সন্মানজনক ৬০ সংখ্যক ৰাষ্ট্ৰ্ৰীয় চলচিত্ৰ অনুস্থানত শ্ৰেষ্ঠ অসমীয়া ছবি ২০১২ পুৰস্কাৰ লাভ কৰি ইণ্ডিয়ান পেনোৰমাত সোমাবলৈ নিৰ্বাচিত হয় ।দৰ্শক আৰু সমালোচক সকলোৰে পৰা ছবিখনে উচ্চ প্ৰশংসা পায়। ৪৩ সংখ্যক আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱ গোৱা ২০১২ ত ইণ্ডিয়ান পেনোৰমাত শাখাত ‘ বান্ধোন ’ ছবিখন আৰম্ভনী ছবি আছিল। আকৌ কেৰেলাৰ ত্ৰিবান্দ্ৰমত অনুস্থিত ১৭ সংখ্যক আন্তৰ্জাতিল চলচিত্ৰ মহোৎসৱত ইণ্ডিয়ান চিনেমা নিউ চেক্সনত (৭-১৪ ডিচেম্বৰ’,২০১২)এই চলচিত্ৰ্খন প্ৰদৰ্শন কৰা হয়। ১৪ সংখ্যক মুম্বাই ফিল্ম ফেষ্টিভেলৰ ১৮ ৰ পৰা ২৫ অক্তোবৰ,২০১২ ৰ ৱৰ্ল্ড প্ৰিমিয়াৰত এই ছবিখন প্ৰদৰ্শিত হয়। ইণ্ডিয়া গোল্ড ২০১২’ প্ৰতিযোগীতাত এই ছবিখনো এটা অংশ আছিল। অসমৰ ছবি শিল্পৰ বাবে এইটো এটা ডাঙৰ ৰ্গৌৰৱ। প্ৰাগ চিনে এৱাৰ্ডত এই ছবিখনক শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ দিয়া হয়।

    ‘বান্ধোন’ ছবিখন ২০১৩ চনৰ ২৬ জুন তাৰিখে ভাৰতৰ সকলো মহানগৰীতে পি.ভি.আৰ. চিনেমাই মুক্তি দিয়ে।

    সাত নম্বৰৰ সন্ধানত

    ছবিখন ২০১৬ চনৰ ৯ চেপ্তেম্বৰত মুক্তি লাভ কৰে।

    প্ৰযোজনাঃ- অসম ৰাজ্যিক বিত্ত আৰু উন্নয়ন)নিগম পৰিসীমিত

    নিৰ্দেশনাঃ-আব্দুল মজিদ

    চিত্ৰনাট্য লিখকঃ - আব্দুল মজিদ

    মূখ্য নাট্য লিখকঃ-আব্দুল মজিদ

    মূখ্য সহকাৰী নিৰ্দ্দেশকঃ- নাচিমূল মজিদ

    সহঃ নিৰ্দেশক- বিতোপন কাশ্যপ

    কেমেৰাঃ-সুমন দুৱৰা

    প্ৰডাকচন মেনেজাৰঃ- সঞ্জীৱ গোস্বামী

    ক ’ লা নিৰ্দেশকঃ- নুৰুদ্দিন আহমেদ

    সম্পাদনাঃ চজিদুল মজিদ

    সহঃ সম্পাদনাঃ-অজন্তা বৈশ্য

    সঙ্গীতঃ- ডাঃ অনিল শইকীয়া

    শব্দ যন্ত্ৰীঃ-দীপক দত্ত

    পোচাক ডিজাইনাৰঃ-ছাহনাজ চুলতানা

    অভিনয়ঃ-মিতালী ৰয়, সৌৰভ হাজৰিকা, ৰাগ ঐনিতম, মনিকাঞ্চন কোঁৱৰ, কল্পনা কাকতী

    মেক - আপঃ- অসীম বোথ্ৰা

    পানী

    প্ৰযোজনাঃ-অসম ৰাজ্যিক বিত্ত আৰু উন্নয়ন)নিগম পৰিসীমিত সহঃ প্ৰযোজনাঃ- যদুমনি দত্ত

    নিৰ্দেশকঃ- যদুমনি দত্ত

    চিনেমাটোগ্ৰাফীঃ-সুমন দুৱৰা / সিদ্ধাৰ্থ বৰুৱা

    কাহিনী / সংলাপঃ-দীপক কুমাৰ গগৈ

    চিত্ৰনাট্যঃ-যদুমনি দত্ত আৰু দীপক কুমাৰ গগৈ

    চিত্ৰনাট্য পৰামৰ্শ দা্তাঃ- গৌতম বৰা

    সম্পাদনাঃ ৰূপম কলিতা / সৌৰভ জ্যোতি দত্ত

    অভিনয়ঃ- বিষ্ণু খাৰঘৰীয়া, ইন্দ্ৰ বণিয়া, আইমী বৰুৱা, আশা বৰদলৈ, দেবানন্দ শইকীয়া কোঁৱৰ, হিমাংশু প্ৰসাদ দাস, অতুল পাচনি, পবিত্ৰ বৰুৱা, ৰমেন তামুলী, পুৰ্ণদা হাজৰিকা, আলোক বৰুৱা, ৰবীন ভূঞা, ৰঞ্জন দত্ত, দীপক গগৈ, পথ ৰাজকোৱঁৰ, ধনঞ্জয়্ দেৱনাথ, জয়ন্ত ফুকন আৰু শতাধিক কনিষ্ঠ শিল্পী।

    মুক্তিঃ- ১২ চেপ্তেম্বৰ , ২০১৪

    ‘পানী’ ছবিখন ১১ নবেম্বৰৰ পৰা ১৮ নবেম্বৰ ২০১৩ লৈ অনুস্থিত ১৯ সংখ্যক কলিকতা আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱলৈ আৰু ১০ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰী ২০১৪ ত অনুস্থিত ১৩ সংখ্যক ঢাকা আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল ।

    তথ্য আৰু অনাতাঁৰ মন্ত্ৰালয়ৰ ফিল্ম ফেষ্টিভেল সঞ্চালকালয়ে , নতুন দিল্লী ১১০০৪৯ ৰ চি ৰি ফোৰ্ট অডিটৰিয়াম কপ্লেক্সত অনুস্থিত কৰা ৬১ সংখ্যক ৰাষ্ট্ৰ্ৰীয় ফিল্ম এৱাৰ্ড উৎসৱত ছবিখন প্ৰদৰ্শিত হৈছিল ।

    টি . আৰ . পি .----- আৰু

    প্ৰযোজনাঃ- অসম ৰাজ্যিক বিত্ত আৰু উন্নয়ন)নিগম পৰিসীমিত

    সহঃ প্ৰযোজনাঃ - জে.আৰ.এন্টাৰ প্ৰাইজ

    নিৰ্দ্দেশকঃ-মৃদুল গুপ্তা

    কাহিনী আৰু চিত্ৰনাট্যঃ-মনিমালা দাস

    কেমেৰাঃ- ৰক্তিম মণ্ডল

    কেমেৰা সহকাৰীঃ- শ্ৰী কান্ত পাটনাইক

    ডিজিটেল শব্দ মন্ত্ৰীঃ-পালচ প্ৰডাকচন

    ফটোগ্ৰাফীঃ-সুমন দুৱৰা

    নিগেটিভ ডেভেলপমেন্টঃ-প্ৰসাদ লেব

    ৰেকৰ্ডিষ্ট ( স্থানতে ):-বিমান হাজৰিকা

    সঙ্গীতঃ পলাশ গগৈ

    ক ’ লাঃ - সুৰুজ কুমাৰ শইকীয়া

    ষ্টিলঃ- কমল দে

    চাউণ্ড ডিজাইনঃ - বিমান হাজৰিকা

    সম্পাদনাঃ- অমিতাভ সিংহ , ধনজিৎ দাস(সহঃসম্পাদক)

    সঙ্গীতঃ- ধ্ৰুৱজ্যোতি ফুকন

    অভিনয়ঃ অভিনেতা / অভিনেত্ৰীঃ গুঞ্জন ভৰদ্বাজ, দেৱজিৎ মজুমদাৰ, ফেয়াৰী প্ৰিয়া, উৰ্মিলা মহন্ত, খগেন চৌহান মুক্তঃ- ২৮ নবেম্বৰ

    ৰাগ

    প্ৰযোজনাঃ- অসম ৰাজ্যিক বিত্ত আৰু উন্নয়ন)নিগম পৰিসীমিত

    সহঃ প্ৰযোজনাঃ-ৰজনী বসুমতাৰী

    নিৰ্দ্দেশকঃ- ৰজনী বসুমতাৰী

    চিত্ৰনাট্যঃ- ৰজনী বসুমতাৰী

    সহঃ নিৰ্দেশক-সুপৰ্ন চৰকাৰ ,অনুপম বৈশ্য

    সংলাপঃ- ডাঃ বিপুল কুমাৰ বৰুৱা

    অভিনয়ঃ আদিল হুচেইন, জেৰিফা ওৱাহিদ, কপিল বৰা, কেনী ডি.বি., নাটাচা মাগো, অশোক শৰ্মা, কৃষ্টেন জৈন, তৃষ্ণা বৰকাকতী ।

    কন্ঠ শিল্পীঃ - মূৰ্চ্ছনা বৰকাকতী, অনিন্দিতা পাল, শ্ৰেয়া ভট্টাচাৰ্য্য, দেৱাশিষ পৰাশৰ প্ৰডাকচন মেনেজাৰঃ-মনালী ভৰদ্বাজ

    চিনেমাটোগ্ৰাফাৰঃ- অজয়ন ভিনচেন্ট

    কেমেৰা সহকাৰীঃ - এম. পেৰুমল

    ক ’ লা নিৰ্দ্দেশকঃ- দীপ্তি চাওলা

    ক ’ লা বিভাগৰ সহকাৰীঃ- কপিল সিং

    গীত -ৰাজদ্বীপ ,শৰৎ বৰকাকতী

    সাজ - সজ্জা নিৰ্দ্দেশকঃ- দীপ্তি ছাওলা

    মেক আপঃ - প্ৰণৱ গগৈ

    শব্দ যন্ত্ৰ্ৰীঃ - নিকুঞ্জ কলিতা

    সঙ্গীত নিৰ্দ্দেশকঃ - অবিনাশ বাঘেল

    ষ্টিল ফটোগ্ৰাফীঃ-যতীন মাক্কাৰ

    মুক্তিৰ তাৰিখঃ- ৭ ফেব্ৰুৱাৰী , ২০১৪

    ‘ৰাগ’ ছবিখনে বাঙ্গালোৰ আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱৰ ‘ৱৰ্ল্ড চিনেমা চেকচন’ত নাচিক আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱ ,ট’কিও চলচিত্ৰ মহোৎসৱ ,বুচন চলচিত্ৰ মহোৎসৱ আৰু ভেনিচ চলচিত্ৰ মহোৎসৱত সোমাবলৈ যো্জ্ঞতা, অৰ্জন কৰে।

    ‘ৰাগ’ ছবিখনে পিভি আৰ.এ মুম্বাই, দিল্লী বাঙ্গালোৰ, পুনে, চেন্নাই, কলকাতা আৰু হায়দৰাবাদত ২০১৪ চনৰ ৭ৰ পৰা ১৩ মাৰ্চলৈ মুক্তি দিয়া আৰম্ভ কৰে ।

    শৃংখল

    প্ৰযোজনাঃ- অসম ৰাজ্যিক বিত্ত আৰু উন্নয়ন)নিগম পৰিসীমিত.

    সহঃ প্ৰযোজক-প্ৰবীন হাজৰিকা

    মুখ্য সহঃনিৰ্দ্দেশকঃ- গৌৰৱ বৰুৱা , উদয় ভাস্কৰ পাটৰ, স্বৰূপ হাজৰিকা

    কাহিনীঃ- ডঃ ভবেন্দ্ৰ নাথ শইকীয়া

    চিত্ৰনাট্যঃ- প্ৰবীন হাজৰিকা

    সহঃ নিৰ্দেশক-সুপৰ্ন চৰকাৰ ,অনুপম বৈশ্য

    সংলাপঃ- ডাঃ বিপুল কুমাৰ বৰুৱা

    অভিনয়ঃ আদিল হুচেইন , জয়া শীল ঘোষ, বাদল দাস,ডাঃহেমেন বৰ্মন, সৌৰভ হাজৰকা, প্ৰতিভা চৌধুৰী, ধীৰাজ দাস, নিৰ্মালী দেৱী, পৰী ডেকা, অসীম নাথ ।

    শিশু শিল্পীঃ - দিব্যম শীল , ছায়াস্নিগ্ধা নাথ , ৰদালি বৰা

    কেমেৰাঃ- সিৰ্দ্ধাৰ্থ বৰুৱা

    সহঃকেমেৰাঃ- প্ৰদীপ সেনগুপ্তা

    প্ৰডাকচন ডিজাইনাৰঃ-ফটিক বৰুৱা

    প্ৰডাকচন কন্ট্ৰোলাৰঃ- হীৰক নাথ

    শব্দ যন্ত্ৰ্ৰীঃ - নিকুঞ্জ কলিতা, যতীন শৰ্মা

    সহঃশব্দ যন্ত্ৰ্ৰীঃ- দিলীপ ৰয়

    ক ’ লা নিৰ্দ্দেশকঃ- ফতিক বৰুৱা

    সাজ - সজ্জাঃ-প্ৰীতি হাজৰিকা

    মেক আপঃ- অমিতাভ বৰুৱা

    সঙ্গীত পৰিচালকঃ- মানস জ্যোতি হাজৰিকা

    পোহৰঃ- দীপক ডেকা, বাপুৰাম গগৈ, ভবেশ ডেকা সুভাষ কলিতা, ইয়াচিন আলি আৰু অৰূপ ডেকা নিগেটিভ ডেভেলপমেন্টঃ প্ৰসাদ লেব

    সম্পাদনাঃ-নিৰঞ্জন গগৈ

    মুক্তিৰ তাৰিখঃ - ১৭ অক্টোবৰ , ২০১৪

    ‘শৃংখল’ ছবিখন ২০১৪ চনৰ পৰা ১৯ ডিচেম্বৰলৈ অনুস্থিত হোৱা চেন্নাই আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত ইণ্ডিয়ান পেণোৰমা চেকচনত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হয় ।

    ‘শৃংখল’ ছবিখন ফিল্ম ফেষ্টিভেলচ সঞ্চালকালয়ে অনুস্থিত কৰা ৬১ সংখ্যক ৰাষ্ট্ৰ্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰদৰ্শনীৰ বাবে নিৰ্বাচিত হয় ।

    দিকচৌ বনত পলাশ

    অসমীয়া আৰু নগাৰ এক অনন্ত প্ৰেমৰ কাহিনী

    ছবিখনৰ মুক্তিঃ - ১৮ চেপ্তেম্বৰ ,২০১৬

    প্ৰযোজনাঃ- অসম ৰাজ্যিক বিত্ত আৰু উন্নয়ন)নিগম পৰিসীমিত

    সহঃপ্ৰযোজনাঃ- উৎপল দাস(কেনভানস্কোপ)

    নিৰ্দ্দেশকঃ সঞ্জীৱ সভাপণ্ডিত

    চিনেমাটোগ্ৰাফীঃ- পৰাশৰ বৰুৱা

    কাহিনী / চিত্ৰনাট্যঃ-সঞ্জীৱ সভপণ্ডিত

    সম্পাদনাঃ- সৌৰভ দত্ত

    শব্দ যন্ত্ৰ্ৰীঃ - দেৱজিৎ গায়ন

    সঙ্গীত পৰিচালকঃ - অনিৰুদ্ধ বৰুৱা

    ক ’ লা নিৰ্দ্দেশকঃ- অনুপ হাজৰিকা / গৌতম দাস

    অভিনয়ঃ- কুলদা ভট্টাচাৰ্য্য, চিন্ময় চক্ৰৱৰ্ত্তী, মালা গোস্বামী, লোনেলা আও, হেমেন দাস।

    সোণাৰ বৰণ পাখী

    প্ৰযোজনাঃ- অসম ৰাজ্যিক বিত্ত আৰু উন্নয়ন)নিগম পৰিসীমিত

    সহঃপ্ৰযোজকঃ-বসন্ত কুমাৰ বৰুৱা, ববী শৰ্মা বৰুৱা

    চিনেমাটোগ্ৰাফীঃ-অভিজিত নন্দী

    কাহিনীঃ-জীতেন শৰ্মা ,ববী শৰ্মা বৰুৱা ,ভাস্কৰ জ্যোতি দাস

    চিত্ৰনাট্যঃ-ববী শৰ্মা বৰুাৱা আৰু ভাস্কৰজ্যোতি দাস

    সম্পাদনাঃ-ৰাতুল ডেকা

    ভি . এফ . এক্সঃ-দীপ জ্যোতি সন্দিকৈ

    চাওণ্ড ডিজাইন আৰু মিক্সিং:- দেৱজিৎ গায়ন

    নেপথ্য স্কোৰঃ - সৌৰভ মহন্ত

    প্ৰডাকচন ডিজাইনঃ-ফটিক বৰুৱা

    অভিনয়ঃ প্ৰণামী বৰুৱা , আৰতি বৰুৱা , প্ৰাঞ্জল শইকীয়া , কমল প্ৰিয়া দাস , সুস্মিতা ৰয় , জগদীশ ডেকা , নীলিম চেতিয়া ।

    পুৰস্কাৰঃ- জানুৱাৰী ২০১৭ ত ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ‘Assam State Film(Finance & Development)Corporation Ltd.

    তুমি আহিবানে

    প্ৰযোজনাঃ- অসম ৰাজ্যিক বিত্ত আৰু উন্নয়ন)নিগম পৰিসীমিত.

    সহঃপ্ৰযোজনাঃ- বিবি দেৱী বৰ বৰুৱা (প্ৰেৰণা ক্ৰিয়েচন)

    নিৰ্দ্দেশকঃ প্ৰেৰণা বৰবৰুৱা শৰ্মা

    কেমেৰাঃ- নাহিদ আহমেদ

    কাহিনীঃ- প্ৰেৰণা বৰবৰুৱা শৰ্মা

    চিত্ৰনাট্যঃ- প্ৰেৰণা বৰবৰুৱা শৰ্মা

    সম্পাদনাঃ- ৰাজু গগৈ

    শব্দ যন্ত্ৰ্ৰীঃ - ভূপেন উজীৰ

    সঙ্গীত পৰিচালকঃ- তৰালি শৰ্মা

    ক ’ লা নিৰ্দ্দেশকঃ- বিবি দেৱী বৰবৰুৱা

    অভিনয়ঃ- গুঞ্জন ভৰদ্বাজ , ৰবি শৰ্মা , অৰুণ নাথ , নিপন গোস্বামী , বৰষাৰাণী বিষয়া , শ্যামন্তিকা