- ধুবুৰী জিলা সংগ্ৰহালয়ঃ
সংস্থাপনৰ তাৰিখঃ-৬ জুলাই
মাটি-কালি-১ কঠা ১০ লেচা
ঘৰৰ বিৱৰণঃ- জিলা পুথিভড়ালৰ পৰা সংগ্ৰহালয় টোৱে কাম চলাই আছে। সংগ্ৰহঃ প্ৰায় ৮৫০ টা সম্পদ
স্থানঃ-১ ম মহলা, জিলা পুথিভড়াল চৌহদ, ধুবুৰী - নিলীমা বৰুৱা লোক-শিল্প সংগ্ৰাহালয়, গৌৰীপুৰ (ধুবুৰী সংগ্ৰহালয়ৰ এটা খণ্ড) স্থাপনৰ বছৰঃ-
মাটি-কালিঃ-২ কঠা ১২ লেচা
ঘৰৰ বিৱৰণঃ-আৰ.চি.চ. ঘৰ নাই
সংগ্ৰহঃ-৭০০ সম্পদ
স্থানঃ-বিষ্ণু ৰাভা পথ, গৌৰীপুৰ,ধুবুৰী - বৰপেটা জিলা সংগ্ৰহালয়, বৰপেটা
স্থাপনৰ বছৰঃ-১৯৮৭
মাটি-কালিঃ-৫ বিঘা
ঘৰৰ বিৱৰণঃ- ভাড়া ঘৰৰ পৰা কাম চলি আছে।
সংগ্ৰহ- প্ৰায় ৬০০ সম্পদ
স্থানঃ- ৱাৰ্ড নং-১, বিলৰ টাৰী হাটি, বৰপেটা-৭৮১৩০১ - জিলা সংগ্ৰাহালয়, মঙলদৈ
স্থাপনৰ বছৰঃ-১৯৮৭
মাটি-কালিঃ-১ বিঘা ৪ কঠা ১০ লেচা
ঘৰৰ বিৱৰণঃ- আৰ.চি.চি ঘৰ
সংগ্ৰহ- প্ৰায় ৫০০ সম্পদ
স্থানঃ- - জিলা সংগ্ৰহালয় , তেজপুৰ
স্থাপনৰ বছৰঃ-১৯৮৬
মাটি-কালিঃ-
ঘৰৰ বিৱৰণঃ-অসম টাইপ বাংলো
সংগ্ৰহ- ৮০০ তকৈ ও বেছি সম্পদ
স্থানঃ-উপায়ুক্ত কাৰ্য্যালয়ৰ বিপৰীতে , তেজপুৰ - জিলা সংগ্ৰহালয়, নগাওঁ
স্থাপনৰ বছৰঃ-১৯৯৬
মাটি-কালিঃ-৩ কঠা ৬ লেচা
ঘৰৰ বিৱৰণঃ- নিৰ্মিয়মান দুতলাৰ আৰ. চি.চি. দালান
সংগ্ৰহ- ৫০ তকৈ ও বেছি কাঠৰ ভাস্কৰ্য্য
স্থানঃ- - গোপীনাথ বৰদলৈ স্মৃতি সংগ্ৰহালয়,ৰহা, নগাওঁ
স্থাপনৰ বছৰঃ-
মাটি-কালিঃ-নাই
ঘৰৰ বিৱৰণঃ- অসম টাইপ ঘৰ(নিজা)
সংগ্ৰহ- ৩৫ তকৈও বেছি সম্পদ
স্থানঃ- - জিলা সংগ্ৰহালয়, যোৰহাট
স্থাপনৰ বছৰঃ-১৯৯৬
মাটি-কালিঃ- ২ কঠা ৫ লেচা
ঘৰৰ বিৱৰণঃ- দুমহলাৰ আৰ.চি.চি দালান
সংগ্ৰহ- ৮৫০ তকৈও বেছি সম্পদ
স্থানঃ-জলসিঞ্চন কাৰ্য্যালয়ৰ বিপৰীতে,শিক্ষা ভৱন চৌহদ, যোৰহাট - ডিব্ৰুগড় জিলা সংগ্ৰহালয়, ডিব্ৰুগড়
স্থাপনৰ বছৰঃ-১৯৯৬
মাটি-কালিঃ- ৩ কঠা ৫ লেচা
ঘৰৰ বিৱৰণঃ- নিৰ্মিয়মান আৰ.চি.চি দালান
সংগ্ৰহ- ৩০০ তকৈও বেছি সম্পদ
স্থানঃ-মিলন নগৰ চি.আৰ.বিল্ডিং,মানকটা ৰোড, ডিব্ৰুগড়-৩
নিম্নোক্ত সংগ্ৰহালয় সমূহ স্বায়ত্ব শ্বাসিত জিলা পৰিষদে পৰিচালনা কৰেঃ-
- জিলা সংগ্ৰহালয়, ডিফু,
- হামৰেণ উপ-সংমণ্ডল সংগ্ৰহালয়,
- জিলা সংগ্ৰহালয়, ডিফু,
- জিলা সংগ্ৰহালয়, ডিফু,