মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ

যাদুঘৰ আৰু বীথিকা

অসম ৰাজ্যিক যাদুঘৰ হৈছে উত্তৰ-পূৱ ভাৰতৰ প্ৰথম যাদুঘৰ । ১৯৪০ চনৰ ২১ এপ্ৰিল তাৰিখে অসম আৰু উত্তৰ-পূৱ অঞ্চলৰ সামাজিক সাংস্কৃতিক বুৰঞ্জীক প্ৰতিফলিত কৰা অমূল্য সম্পদ সমূহ ইয়াত আছে ।অসম ৰাজ্যিক যাদুঘৰত ১৩,৮০২ টা সম্পদ আছে আৰু তাৰে ১,৬২১ বিধ সম্পদ প্ৰদৰ্শন কৰা হৈছে।

অসমৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ ঘাই বাটকটিয়া কামৰূপ অনুসন্ধান সমিতিয়ে অসম ৰাজ্যিক যাদুঘৰ স্থাপন কৰিছে। অসমৰ মহামাণ্য ৰাজ্যপাল চাৰ ৰৰ্বাট নীল ৰীড ডাঙৰীয়াই আনুস্থানিক ভাৱে উদ্ধোধন কৰে। অসম ৰাজ্যিক যাদুঘৰৰ অনুপম কৃতি সমূহ অসম ৰাজ্যিক যাদুঘৰৰ বীথিকা । বীথিকা যাদুঘৰ সঞ্চালকালয়ৰ অধীনৰ যাদুঘৰৰ তালিকা