মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ

পুৰাতাত্ত্বিক উদ্যান আৰু স্থানীয় যাদুঘৰৰ তালিকা

  • আমবাৰী পুৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ , গুৱাহাটী-১
  • মদন-কামদেৱৰ পুৰৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ ,বাইহাটা চাৰিআলি কামৰূপ জিলা
  • নাজিৰাখাট,পুৰৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ ,সোণাপুৰ , কামৰূপ জিলা
  • অভায়াপুৰীৰ পুৰৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ ,অভায়াপুৰী বঙাইগাওঁ জিলা
  • আৰ.এম. পুৰৰাতাত্ত্বিক উদ্যান , হোজাই , নগাওঁ জিলা
  • ৰাজবাৰী পুৰৰাতাত্ত্বিক স্থানৰ স্থানীয় যাদুঘৰ ,ৰাজবাৰী- নগাওঁ জিলা
  • মিকিৰ আটি পুৰৰাতাত্ত্বিক স্থানৰ,স্থানীয় যাদুঘৰ
  • আকাশীগঙ্গা পুৰৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ, আকাশীগঙ্গা , নগাওঁ জিলা
  • তাম্ৰেশ্বৰ পুৰৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ , খৈৰাবাৰী , ওদালগুৰি জিলা
  • বুঢ়াগোসাঁই থান পুৰৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ , ডকমকা ,কাৰ্বি আংলং জিলা
  • দেওপৰ্ব্বত পুৰৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ , নুমুলিগড় , গোলাঘাট জিলা
  • চৰাইদেউ পুৰৰাতাত্ত্বিক স্থানৰ উদ্যান ,চৰাইদেউ , শিৱসাগৰ জিলা
  • ন-পুখুৰী শিৱ মন্দিৰ পুৰৰাতাত্ত্বিক স্থানৰ উদ্যান ,ৰুদ্ৰসাগৰ , শিৱসাগৰ জিলা
  • মৈৰামাৰা থান পুৰৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় বীথিকা , খামতিঘাট , ডিব্ৰুগড় জিলা
  • দুৱৰণী পুৰৰাতাত্ত্বিক স্থানৰ উদ্যান , ১নং বৰপথাৰ গোলাঘাট জিলা
  • ঘুগুহা দৌল পুৰৰাতাত্ত্বিক স্থানৰ উদ্যান ,ঘুগুহা , ধেমাজি জিলা
  • মাঘনোৱা মন্দিৰ পুৰৰাতাত্ত্বিক স্থানৰ উদ্যান ,নাৰায়ণপুৰ , লক্ষীমপুৰ জিলা
  • গড়দৌল পুৰৰাতাত্ত্বিক স্থানৰ উদ্যান ,কুমাৰগাওঁ,শোণিতপুৰ জিলা
  • হাতীমূৰা পুৰৰাতাত্ত্বিক স্থানৰ উদ্যান,হাতীমূৰা, নগাওঁ জিলা
  • ন-নাথ পুৰৰাতাত্ত্বিক স্থানৰ উদ্যান ,যোগীজান, নগাওঁ জিলা
  • জলজলী পুৰৰাতাত্ত্বিক স্থানৰ স্থানীয় যাদুঘৰ , জলজলী দৰং জিলা