| ক্ৰঃ নং | স্থানৰ নাম | জিলা তালিকা |
|---|
| ১ | হামৰেনৰ ননজিৰং ১ত মেঘালিঠ | কাৰ্বি আংলং |
| ২ | হামৰেনৰ ননজিৰং ২ত মেঘালিঠ | কাৰ্বি আংলং |
| ৩ | হামৰেনৰ ননজিৰং ৩ত মেঘালিঠ | কাৰ্বি আংলং |
| ৪ | হামৰেনৰ ননজিৰং হোগে দলমেন | কাৰ্বি আংলং |
| ৫ | তাপাতত মেঘালিঠিক | কাৰ্বি আংলং |
| ৬ | টিকাৰ ৰঙালিত মেঘালিঠিক স্থান | কাৰ্বি আংলং |
| ৭ | বিছিক্ৰিত বিছিক্ৰি টেংক | কাৰ্বি আংলং |
| ৮ | ৰাজা পুখুৰী | গোলাঘাট |
| ৯ | ৰাজা পুখুৰী নাওজান | গোলাঘাট |
| ১০ | কালিঅনি বাঙলুং স্তুপ | গোলাঘাট |
| ১১ | চেৰিঙ্গিয়া মৈদাম | গোলাঘাট |
| ১২ | প্ৰতিমা গ্ৰাহ, চাপাখোৱা, শদিয়া | তিনিটুকীয়া |
| ১৩ | জুৰিয়া মৈদাম, চাপাখোৱা, শদিয়া | তিনিটুকীয়া |
| ১৪ | বৰপুখুৰী, চাপাখোৱা, শদিয়া | তিনিটুকীয়া |
| ১৫ | তিনিকোণীয়া পুখুৰী | তিনিটুকীয়া |
| ১৬ | বেংগমাৰা পুখুৰী | তিনিচুকীয়া |
| ১৭ | গধা বৰুৱা গ্ৰহ | তিনিচুকীয়া |
| ১৮ | চেলুকীয়া পুখুৰী | তিনিচুকীয়া |
| ১৯ | লেমতেম পুখুৰী | তিনিচুকীয়া |
| ২০ | বাটৰ পুখুৰী | তিনিচুকীয়া |
| ২১ | ন- পুখুৰী | তিনিচুকীয়া |
| ২২ | ৰুপহী পুখুৰী | তিনিচুকীয়া |
| ২৩ | দলৈ সোণাৰী পুখুৰী | শিৱসাগৰ |
| ২৪ | লিগিৰী পুখুৰী | শিৱসাগৰ |
| ২৫ | পেহী পুখুৰী | শিৱসাগৰ |
| ২৬ | গজপুৰী পুখুৰী | শিৱসাগৰ |
| ২৭ | নিতাই পুখুৰী | শিৱসাগৰ |
| ২৮ | লুংমাইলাই শিলাখণ্ড | ডিমা হাচাও |
| ২৯ | কবাক মেঘালীঠিক স্থান | ডিমা হাচাও |
| ৩০ | বলাচান(নুচুবুঙলুঙ) শিলাখণ্ড | ডিমা হাচাও |
| ৩১ | ডুবুঙলিং(দেৰেবৰি) শিলাখণ্ড | ডিমা হাচাও |