মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ

পুৰস্কাৰ সমূহ

    অসমৰ খ্যাতিমান ব্যক্তিসকলৰ পবিত্ৰ স্মৃতিত দিয়া পুৰস্কাৰ সমূহ

    ক্ৰমিক নংপুৰস্কাৰৰ নামস্থিতিআৰম্ভণিৰ বৰ্ষপৰ্য্যায়ক্ৰমিক ব্যৱধান
    ১শ্ৰীমম্ত শংকৰদেৱ বঁটা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ১৯৮৬৩ বছৰ
    ২আজান পীৰ বঁটা-ঐ-২০০৪২ বছৰ
    ৩ফকৰুদ্দিন আলি আহমেদ সোঁৱৰণী বঁটা-ঐ-২০০৫২ বছৰ
    ৪চ্যুকাফা বঁটা-ঐ-২০০৫৩ বছৰ
    ৫বীৰ চিলাৰায় বঁটা-ঐ-২০০৬৩ বছৰ
    ৬কৃষ্ণ কান্ত সন্দিকৈ সোঁৱৰণী বঁটা-ঐ-২০০৬২ বছৰ
    ৭মাধৱদেৱ বঁটা-ঐ-২০০৯৩ বছৰ
    ৮কালিচৰণ ব্ৰহ্ম বঁটা-ঐ-২০০৯২ বছৰ
    ৯গোপীনাথ বৰদলৈ বঁটা-ঐ- ২ বছৰ
    ১০বিষ্ণু ৰাভা বঁটাৰাজ্যিক পৰ্য্যায়ৰ১৯৯৩বছৰি
    ১১শিল্পী বঁটা-ঐ-১৯৯৯বছৰি
    ১২ৰাজ্যিক চলচ্চিত্ৰ বঁটা-ঐ-১৯৯৯২ বছৰ
    ১৩নটসূৰ্য ফণী শৰ্মা বঁটা-ঐ-২০০৪বছৰি
    ১৪অমল প্ৰভা দাস বঁটা-ঐ-২০০৬৩ বছৰ
    ১৫চন্দ্ৰ প্ৰভা দাস বঁটা-ঐ-২০০৬৩ বছৰ
    ১৬সাহিত্যচাৰ্য্য অতুল চন্দ্ৰ হাজৰিকা বঁটা-ঐ-২০০৮৩ বছৰ
    ১৭ডঃ ভৱেন্দ্ৰ নাথ শইকিয়া বঁটা-ঐ-২০০৯৩ বছৰ
    ১৮অসম ৰত্ন বঁটা-ঐ-২০০৮৩ বছৰ
    ১৯বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা-ঐ-২০০৯৩ বছৰ
    ২০গণেশ গগৈ বঁটা-ঐ-২০০৯৩ বছৰ
    ২১মামনি ৰয়চম বঁটা-ঐ-২০১৩৩ বছৰ
    ২২সতী সাধনী বঁটা-ঐ-২০১৫৩ বছৰ
    ২৩আহমেদ আলি বাছকান্দি বঁটা-ঐ-২০১৫৩ বছৰ
    ২৪ছৈয়িদ আব্দুল মালিক বঁটা-ঐ-২০১৫৩ বছৰ
    ২৫শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা-ঐ-২০১৭ 

    পুৰস্কাৰসমূহৰ বিশদ বিৱৰণ

    তালিকাঃ-

    ক্ৰমিক নংবঁটাৰ নামআৰম্ভণিৰ বৰ্ষবছৰক্ৰমিক নংবঁটা গ্ৰহণকাৰীৰ নাম
    ১শ্ৰীমম্ত শংকৰদেৱ বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ)১৯৮৬১৯৮৬১কৃৰ্তিনাথ হাজৰিকা
    ১৯৮৭২ডঃ ভূপেন হাজৰিকা
    ১৯৮৮৩সত্যজিত ৰয়
    ১৯৮৯৪ডঃ মহেশ্বৰ নেওঁগ
    ১৯৯০৫ডঃ কপিল বটচয়ন
    ১৯৯১৬প্ৰফেছৰ সত্যেন্দ্ৰ নাথ শৰ্মা
    ১৯৯২৭প্ৰফেছৰ ৰামচন্দ্ৰ নাৰায়ন দাণ্ডেকাৰ
    ১৯৯৩৮সত্য প্ৰসাদ বৰুৱা আৰু গংগুবাই হংগল
    ১৯৯৪৯ডঃ মহেন্দ্ৰ বৰা
    ১৯৯৫১০ছৈয়িদ আব্দুল মালিক
    ১৯৯৬১১প্ৰফেছৰ ভৱেশ চন্দ্ৰ চন্যাল
    ১৯৯৭১২গুৰু কোলোচৰণ মহাপাত্ৰ
    ১৯৯৮১৩ডঃ ভৱেন্দ্ৰ নাথ শইকীয়া
    ১৯৯৯১৪ওস্তাদ আমজাদ আলি খান
    ২০০০১৫সোণাৰাম চুতীয়া
    ২০০১১৬আচাৰ্য্য ইলাৰাম দাস
    ২০০২১৭ইন্দ্ৰ মিলি
    ২০০৩১৮হবীব তনবীৰ
    ২০০৪১৯নাৰায়ন চন্দ্ৰ গোস্বামী আৰু বেগম পাৰবিন চুলতান
    ২০০৫২০বি. জি. ভৰগিজ
    ২০০৬২১ডঃ কেশবানন্দৱদেৱ গোস্বামী
    ২০০৭২২হোমেন বৰগোঁহাঞি
    ২০০৮২৩শৰ্মিলা ঠাকুৰ
    ২০১১২৪কণকেশ ডেকা
    ২০১৪২৫এম. এল. ভৰতপাণ্ডে
    ২গোপীনাথ বৰদলৈ বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ)১৯৯৩ ১নিকেতু ইৰালু
     ২শকুন্তলা চৌধুৰী
    ৩অজান পীৰ বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ) ২০০৪১ৰেকিবুদ্দিন আহমেদ
    ২০০৫২হেম ভাই
    ২০০৬৩তফজ্জুল আলি
    ২০০৭৪ডঃ বীৰেন্দ্ৰ নাথ দত্ত
    ২০০৮৫ইমৰান ছাহ
    ২০১৫৬অৰুণ শৰ্মা
    ৪ফকৰুদ্দিন আলি আহমেদ সোঁৱৰণী বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ) ২০০৫১সুনীল দত্ত
    ২০০৬২শেখৰ গুপ্তা
    ২০০৭৩ছাবানা আজমি
    ২০০৮৪এম. জে.আকবৰ
    ২০০৯৫হেম ভৰালী
    ৫চ্যুকাফা বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ) ২০০৫১নটৱৰ ঠক্কাৰ
    ২০০৬২ৰতন থাইম
    ২০০৭৩পদ্ম বৰকটকী
    ২০০৮৪ডঃ যোগেন্দ্ৰ নাথ ফুকন
    ২০০৯৫ৰংবং তেৰং
    ২০১০৬ডঃ পুষ্পা গগৈ
    ২০১১৭তাবুৰাম টাইড
    ২০১৪৮খগেন্দ্ৰ নাথ শইকীয়া
    ৬বীৰ চিলাৰায় বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ) ২০০৬১শৰত্ চন্দ্ৰ সিংহ
    ২০০৭২কেপ্তেইন জিন্তু গগৈ
    ২০০৮৩অম্বিকা চৰণ চৌধুৰী
    ৭কৃষ্ণ কান্ত সন্দিকৈ সোঁৱৰণী বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ) ২০০৮১প্ৰফেছৰ মুকুন্দ মাধৱ শৰ্মা
    ২০১০২ডঃ যোগেন্দ্ৰ নাৰায়ন ভূঞা
    ৮মাধৱদেৱ বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ) ২০০৯১ডঃ লক্ষ্মীনন্দন বৰা
    ২০১৩২প্ৰফেছৰ মৃণাল মিৰি 
    ৯কালিচৰম ব্ৰহ্ম বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ) ২০০৯১ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য
     ২ডঃ সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী
    ১০বিষ্ণু ৰাভা বঁটা (ৰাজ্যিক পৰ্য্যায়ৰ)১৯৯৩১৯৯৩১প্ৰদীপ চলিহা আৰু গুণদা দাস
    ১৯৯৪২কৃষ্ণমূৰ্তি হাজৰিকা, নিৰ্মল চক্ৰৱৰ্তী আৰু খগেন দাস
    ১৯৯৫৩গিৰীশ চৌধুৰী, তফজ্জুল আলি, বিবেকানন্দ ভট্টাচাৰ্য্য
    ১৯৯৬৪শুভা ব্ৰহ্ম, আব্দুল মজিদ, বীনা দাস মান্না
    ১৯৯৭৫মুকুন্দ দাস ভট্টাচাৰ্য্য, প্ৰতিমা পাণ্ডে বৰুৱা, অনুপমা ভট্টাচাৰ্য্য
    ১৯৯৮৬মোহন লাল মূখাৰ্জী, গোপাল দাস
    ১৯৯৯৭আদ্যা শৰ্মা, অজিত সিংহ
    ২০০০৮মাখন প্ৰসাদ দুৱৰা, কেশৱ মহন্ত, প্ৰণৱ বৰুৱা
    ২০০১৯গকুল পাঠক, সৰ্বানন্দ মেদক
    ২০০২১০মেদিনী চৌধুৰী, জ্ঞানদা কাকতি
    ২০০৩১১মুহুনি ৰাভা, হেমৰাম নাথ, ৰমেন বৰুৱা
    ২০০৪১২মনোৰঞ্জন লাহাৰী, ব্ৰজ ফুকন
    ২০০৫১৩নীলপৱন বৰুৱা
    ২০০৬১৪হেমাঙ্গীনী বৰদলৈ, বেনু মিশ্ৰা
    ২০০৭১৫গৌৰী বৰ্মন, ইন্দিৰা পি. পি. বৰা
    ২০০৮১৬সৰানন বৰঠাকুৰ, তৈলুক্য দত্ত
    ২০০৯১৭ননী বৰপূজাৰী, দিপালী দাস ভূঞা 
    ২০১০১৮বীৰেন সিংহ, ৰঞ্জনা শৰ্মা বৰদলৈ
    ২০১১১৯শান্তি শংকৰ দাসগুপ্তা, দুৰ্লভ মৰাণ
    ২০১২২০ৰমেশ ঘোষ, জয়া শইকীয়া দুৱৰা
    ২০১৩২১গৰিমা হাজৰিকা, চালেহা আহমেদ
    ২০১৪২২নলিনী কান্ত বৰুৱা, হেলা দাস, আইমণি গগৈ
    ২০১৫২৩কৃষ্ণা দাস নাথ, ৰবি ৰাম ব্ৰহ্ম
    ২০১৬২৪বিপুল দাস, গিৰিশ চন্দ্ৰ বৰা
    ১১শিল্পী বঁটা (ৰাজ্যিক বঁটা)১৯৯৯১৯৯৯১প্ৰণৱ দাস, ইন্দ্ৰেশ্বৰ পেগু
    ২০০০২ডঃ ভৱেন্দ্ৰ নাথ শইকীয়া, যোগেন চেতিয়া
    ২০০১৩দিলীপ শৰ্মা, প্ৰফুল্ল বৰা, প্ৰভাত শৰ্মা
    ২০০২৪সুদক্ষিণা শৰ্মা, মহেন্দ্ৰ বৰঠাকুৰ
    ২০০৩৫শৈল্য বৰুৱা,  ডঃ লক্ষ্য হীৰা দাস
    ২০০৪৬ভৰত বৰপূজাৰী, নিখিলেশ বৰুৱা
    ২০০৫৭ভৱেন ৰায় পাটগিৰি, বীনা ভাগৱতী
    ২০০৬৮খগেন মহন্ত, দিলীপ চৌধুৰী
    ২০০৭৯গণেশ পেগু, ৰামেশ্বৰ পাঠক
    ২০০৮১০মিনতি খাউন্দ, প্ৰণৱ বৰা
    ২০০৯১১মিহিৰ বৰদলৈ, ইন্দ্ৰেশ্বৰ শৰ্মা
    ২০১০১২দিপালী বৰঠাকুৰ, অৰ্চনা মহন্ত
    ২০১১১৩জিতু শৰ্মা, তপন ভট্টাচাৰ্য্য
    ২০১২১৪অপূৰ্ব কুমাৰ দাস, ডঃ দিলীপ ৰঞ্জন বৰঠাকুৰ
    ২০১৩১৫জ্যোতিৰময় কাকতি,  হীৰেণ গোঁহাই
    ২০১৪১৬নুৰুল হক, ৰাজেশ্বৰ বৰদলৈ
    ২০১৫১৭কীৰ্তি কমল ভূঞা, দীপেন বৰুৱা
    ২০১৬১৮গীতা হাতীকাকতি, অনুপম চৌধুৰী
    ১২নতসূৰ্য্য ফনী শৰ্মা বঁটা (ৰাজ্যিক বঁটা)২০০৪২০০৪১তুলসী দাস
    ২০০৫২ৰত্না ওজা
    ২০০৬৩ধৰণীধৰ চৌধুৰী
    ২০০৭৪জ্ঞানদা বৰা, মহানন্দ শৰ্মা
    ২০০৮৫বিদ্যা ৰাও নায়াৰ
    ২০০৯৬ও. পি. নায়াৰ
    ২০১০৭ইন্দ্ৰ বণিয়া
    ২০১১৮হাচান শ্বৰীফ আহমেদ
    ২০১২৯বিষ্ণু খাৰঘৰীয়া
    ২০১৩১০উদয় শংকৰ শইকীয়া
    ২০১৪১১নিপণ গোস্বামী
    ২০১৫১২ভোলানাথ কলিতা
    ২০১৬১৩ভোলা কাকতি
    ১৩চন্দ্ৰ প্ৰভা শইকীয়ানী বঁটা (ৰাজ্যিক বঁটা)২০০৬২০০৮১স্বৰ্ণপ্ৰভা মহন্ত
    ২০১০২ডঃ সুখ বৰুৱা
    ২০১৩৩মীনাক্ষ ভূঞা
    ১৪অমলপ্ৰভা দাস  (ৰাজ্যিক বঁটা)২০০৬২০০৮১মীনা আগৰৱাল
    ২০১০২এলি আহমেদ
    ২০১৩৩মিলাদৈ মেদক
    ১৫অসম ৰত্ন বঁটা২০০৮২০০৮১ডঃ ভূপেন হাজৰিকা
    ২০১২২ডঃ মামনি ৰয়চম গোস্বামী
    ২০১৫৩ডঃ জিতেন্দ্ৰ নাথ গোস্বামী
    ১৬সাহিত্যচাৰ্য্য অতুল চন্দ্ৰ হাজৰিকা (ৰাজ্যিক বঁটা)২০০৮২০০৮১অচ্যুত লহকৰ
    ২০০৯২হেমন্ত দত্ত
    ২০১০৩ৰতন লহকৰ
    ২০১৫৪ধৰণী বৰ্মন
    ১৭ডঃ ভৱেন্দ্ৰ নাথ শইকীয়া বঁটা (ৰাজ্যিক বঁটা) ২০০৯১জাহ্নু বৰুৱা
    ২০১০২বিজু ফুকন
    ১৮বীৰেন্দ্ৰ ভট্টাচাৰ্য্য বঁটা (ৰাজ্যিক বঁটা)২০০৯২০০৯১ৰাধিকা মোহন ভাগৱতী
    ১৯গণেশ গগৈ বঁটা (ৰাজ্যিক বঁটা)২০০৯২০০৯১হীৰেণ ভট্টাচাৰ্য্য
    ২০১০২অজিত বৰুৱা
    ২০১৫৩মহিম বৰা
    ২০মামনি ৰয়তম গোস্বামী বঁটা (ৰাজ্যিক বঁটা)২০১৪২০১৪১নিৰুপমা বৰগোঁহাই
    ২১সতী সাধনী বঁটা (ৰাজ্যিক বঁটা)২০১৫২০১৫১ডঃ  নোমল বৰুৱা
    ২২বাচকান্দি শ্বেইখ আহমেদ আলি (ৰাজ্যিক বঁটা)২০১৫২০১৫১মৌলানা তায়বুৰ,ৰহমান বৰভূঞা
    ২৩চৈয়দ আব্দুল মালিক বঁটা (ৰাজ্যিক বঁটা)২০১৫২০১৫১লেফটেনেন্ট প্ৰফুল্ল চন্দ্ৰ বৰা
    ২৪শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা২০১৭২০১৭১নৃত্যাচাৰ্য্য যতীন গোস্বামী

    বৃত্তি

    চৰকাৰী চাৰু-কাৰু মহাবিদ্যালয় অসমত বৰ্ত্তমান নিন্মোক্ত্ বৃত্তিসমূহ দিয়া হয়।

    মেধা বৃত্তি -

    • মহাবিদ্যালয়ৰ বি.এফ.এ.মহলাৰ বিশেষ মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক এই বৃত্তি দিয়া হয়।
    • অসমৰ সাংস্কৃতিক সঞ্চালকালয়ে এই বৃত্তিবোৰ আগবঢ়াই।
    • এই বৃত্তিটো প্ৰতিটো শ্ৰেনীৰ(১ম ৰ পৰা ৫ম বৰ্ষৰ শ্ৰেনীৰ) বিশেষ মেধাৱী ছাত্ৰক এই বৃত্তিটো প্ৰতি বছৰে দিয়া হয়।
    • এই বৃত্তিটো প্ৰত্যেক বছৰে দিয়া হয়।

    অনুসূচীত জাতি/ জনজাতিৰ বৃত্তি -

    • অসম চৰকাৰৰ আই.টি.ডি.পি. বিভাগৰ প্ৰকল্প সঞ্চালকে এই বৃত্তিটো প্ৰদান কৰে।
    • অসমৰ অনুসূচীত জাতি/জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই বৃত্তিটো প্ৰাপ্তব্য ।

    অন্যান্য পিছপৰা শ্ৰেণীৰ বৃত্তি -

    • অসম চৰকাৰৰ মহকুমা কল্যান সঞ্চালকে এই বৃত্তিটো প্ৰদান কৰে।
    • অসম ৰাজ্যৰ অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই বৃত্তিটো প্ৰাপ্তব্য।

    ** আন আন কিছুমান সন্থা যেনে উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ/চি.চি.আৰ.টি. আদিয়েও মাজে সময়ে এইখন মহাবিদ্যালয়লৈ পুৰস্কাৰ/বৃত্তি আগবঢ়াই।