| ক্ৰমিক নং | অনুষ্ঠানৰ নাম | তাৰিখ |
|---|
| ১ | জোনাকী মেল- পাৰ্বতী প্ৰসাদ বৰুৱাৰ মৃত্যু বাৰ্ষিকী | ৭ জুন |
| ২ | খগেন মহন্তৰ মৃত্যু বাৰ্ষিকী | ১২ জুন |
| ৩ | নাটকৰ কৰ্মশালা | জুলাই মাহৰ ভিতৰত |
| ৪ | স্বাধীনতী দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান | ১৫ আগষ্ট |
| ৫ | ডঃ ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকী | ৮ ছেপ্তেম্বৰ |
| ৬ | গান্ধী জয়ন্তী | ২ অক্টোবৰ |
| ৭ | জয়ন্ত হাজৰিকাৰ মৃত্যু বাৰ্ষিকী | ১৫ অক্টোবৰ |
| ৮ | ডঃ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী | ৫ নৱেম্বৰ |
| ৯ | নতুন দিল্লীৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ লগত সংগতি ৰাখি সাংস্কৃতিক আনুষ্ঠান | নৱেম্বৰৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহত |
| ১০ | লাচিত দিৱস | ৪ নৱেম্বৰ |
| ১১ | অসম দিৱস | ২ ডিচেম্বৰ |
| ১২ | খ্যাতিসম্পন্ন লোক সংগীতৰ গায়ক ৰামেশ্বৰ পাঠকৰ মৃত্যু বাৰ্ষিকী | ৩ জানুৱাৰী |
| ১৩ | নতুন দিল্লীত গণতন্ত্ৰ দিৱসৰ ছবি | ২৬ জানুৱাৰী |
| ১৪ | গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক আনুষ্ঠান | ২৬ জানুৱাৰী |
| ১৫ | ৰাজ্যিক চলচ্চিত্ৰ বঁটা | প্ৰত্যেক দুবছৰৰ মুৰে মুৰে |