মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ

কেমেৰাৰ সজুঁলিৰ আগতীয়া বন্দবস্ত

কেমেৰা , লাইট , আৰু আন আন সজুঁলিৰ আগতীয়া বন্দৱস্ত কৰিবলৈ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিও চৌহদ দৰ্শন কৰক আৰু বন্দৱস্তিৰ ফৰ্ম ভৰ্ত্তি কৰি দৰ্কাৰী আগধন দিয়ক।