মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ

শিল্পী পেন্সনৰ বাবে আবেদন কৰক

শিল্পী সকললৈ অসম চৰকাৰে আগবঢ়োৱা পেন্সন আৰু তেওঁলোকৰ পৰিয়াললৈ বিশেষ পেন্সন নিয়মৰ সূচনা কৰা হৈছে।

অসমৰ শিল্পী সকলক ক’লা আৰু সংস্কৃতিৰ পথাৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে স্বীকৃতি দিবলই পেন্সন । আৰ্থিক সকাহ দিয়া হৈছে।

অসমৰ ক’লা আৰু সাংস্কৃতিক খণ্ডত বিশেষ অৱদান আগবঢ়োৱা শিল্পীৰ দুখীয়া পৰিয়াললৈ পেন্সন আৰ্থিক সকাহ দিয়া

২০১৬ - ১৭ৰ শিল্পীৰ পেন্সন , পৰিয়াললৈ পেন্সন , এক্স গ্ৰেচিয়াৰ বিশদ বিৱৰণঃ -

তালিকা

ক্ৰমিক নংআঁচনিহিতাধীকাৰীৰ সংখ্যাপৰিমাণ
শিল্পী পেন্সন৭০৮০০০ টকা (প্ৰতি মাহে)
কৃপাপূৰ্বক কৃত অনুদান৫০৫০,০০০ টকা
মৃত শিল্পীৰ পৰিয়ালবৰ্গক এককালীন বিশেষ আৰ্থিক সাহাৰ্য্য১৫৫০,০০০ টকা
Downloads
TitleSizeDetail
PDF icon Silpi Pension Form.pdf472.72 KBswf-image